Indian Cricket Team defeated England by 5 Wickets in the 3rd & final ODI to clinch the 3 match series by 2-1 on Sunday. England Cricket Team Captain Jos Buttler top-scored 60 while opener Jason Roy made 41, as England were bowled out for 259. For Indian Cricket Team, All Rounder Hardik Pandya was the pick of the bowlers with figures of 4/24, while Spinner Yuzvendra Chahal took 3 wickets for 60. Chasing 260, Rishabh Pant Smashed an unbeaten 125 while Hardik Pandya made 71, as India reached the target in 42.1 overs. England Bowler Reece Topley again shine bright with the Ball, with impressive figures of 3/35.
এই ভিডিঅ’টোত ভাৰত-ইংলেণ্ড এদিনীয়া ছিৰিজৰ ওপৰত আলোচনা কৰি দেখুওৱা হৈছে। ভাৰতীয় ক্ৰিকেট টীমে তৃতীয় তথা চুড়ান্ত এদিনীয়াত ইংলেণ্ড ক্ৰিকেট টীমক পৰাস্ত কৰি এদিনীয়া ছিৰিজ দখল কৰে । ঋষভ পন্ত আৰু হাৰ্ডিক পান্দিয়া ভাৰতৰ বাবে মেচ উইনাৰ হিছাপে বিবেচিত হয় । হাৰ্ডিক পান্দিয়া বেটে-বলে উজ্বলি উঠাৰ বিপৰীতে ঋষভ পন্তে সুন্দৰ শতকীয় ইনিংছ খেলি ভাৰতৰ জয়ত মুখ্য অৱদান আগবঢ়ায় । এই ভিডিঅ’টোত এই মেচ খনৰ বিষয়ে আৰু বিতংকৈ সূক্ষ্ম ভাবে অসমীয়া ভাষাত আলোচনা কৰা হৈছে । ভিডিঅ’টো ভাল লাগিলে আমাক লাইক কৰিব আৰু কমেন্ট কৰিব । আপোনালোকৰ এটা-এটা লাইক আৰু এটা-এটা কমেন্টে মোক নতুন ভিডিঅ’ আনি থাকিবল বহুত বেছিকৈ উৎসাহিত কৰি তোলে । আৰু লগৰ যিসকল লোকে ক্ৰিকেট খেলি আৰু চাই ভাল পায়, তেওঁলোকলৈ ছেয়াৰ কৰি দিব যদিহে চেনেলত আপুনি নতুন তেতিয়াটো আপোনাক আমি এৰি দিব নোৱাৰিম , সেইবাবে আপুনি আমাৰ এই নতুন প্ৰচেষ্টাক আগবঢ়াই নিবলৈ নতুন হিছাপে চেনেলটোক চাবছক্ৰাইব কৰিব ।
আৰু ভিডিঅ’ চাৱক :——–
আইপিএলত খেলা ১০জন পাকিস্তানী ক্ৰিকেটাৰ :—-
T20 ক্ৰিকেটৰ জন্ম কাহিনী ,কিদৰে আৰম্ভ হ’ল T20 ? :—
ক্ৰিকেট খেলবিধৰ জন্মকাহিনী , ক’ত কিদৰে জন্ম হ’ল ক্ৰিকেট খেল সবিশেষ :——-
ভাৰতৰ ২০০৭ T20 বিশ্বকাপ বিজয় গাঠা :—–
ক্ৰিছ গেইলক আম্পায়াৰে বেটিং কৰিবলৈ নিদি খেদি পঠাইছিল কিয় ? :—–
ৰিয়ান পৰাগক কিয় খেদা মাৰি আহিল হৰ্ষল পেটেল ? :—
PBKSৰ ঋছি ধৱনে কিয় মুখত বিশেষ মাক্স লগাই খেলিছিল ? :—
Cricket Guru Assam Social Media Links
FB Page Link
Instagram Page Link
Twitter Account Link
Business Mail :- [email protected]
Your Queries :——-
* India Vs England ODI
* India vs England ODI Series
* Indian Cricket Team
#INDvsENG #ENGvsIND #IndiaVsEnglandODI #IndiaVsEngland #indiancricketteam #rishabhpant #hardikpandya #josbuttler #rohitsharma #indiancricketteamnews #engandcricket #assamesenewslive #pragnews #pratidintime #time8
source